মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লখিমপুৰত সহপাঠী ছাত্ৰীক চৰিয়াই সেই দৃশ্য ভাইৰেল কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ

লখিমপুৰত সহপাঠী ছাত্ৰীক চৰিয়াই সেই দৃশ্য ভাইৰেল কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ

News18-Assam
Updated:July 16, 2019, 5:40 PM IST
লখিমপুৰত সহপাঠী ছাত্ৰীক চৰিয়াই সেই দৃশ্য ভাইৰেল কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ
NEWS18 অসম NORTHEASTত  এই বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হোৱাৰ পিছতে লখিমপুৰ আৰক্ষী বাধ্য হ’ল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ।

NEWS18 অসম NORTHEASTত  এই বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হোৱাৰ পিছতে লখিমপুৰ আৰক্ষী বাধ্য হ’ল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ।

  • Share this:
লখিমপুৰত সহপাঠী ছাত্ৰীক উপৰ্যুপৰি চৰিয়াই সেই দৃশ্য মোবাইলত ৰেকৰ্ড কৰি ভাইৰেল কৰা ঘটনাৰ মূল অভিযুক্ত ছাত্ৰীগৰাকীক আজি গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে। NEWS18 অসম NORTHEASTত  এই বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হোৱাৰ পিছতে লখিমপুৰ আৰক্ষী বাধ্য হ’ল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ। কিন্তু  অভিযুক্ত ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আন চাৰিজনক এতিয়াও আটক কৰা নাই আৰক্ষীয়ে। ভুল স্বীকাৰ কৰে ছাত্ৰীগৰাকীয়ে। চাওক এই ভিডিঅ’ কেনেদৰে প্ৰহাৰ কৰিছিল ছাত্ৰীগৰাকীক–

First published: July 16, 2019, 5:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি