চাহ বাগিচা পৰিচালকৰ কামনাৰ বলি এগৰাকী যুৱতী! শ্ৰমিকে ঘেৰাও কৰিলে কাৰখানা
News18-Assam Updated:November 16, 2019, 1:53 PM IST

তিনিচুকীয়া ৰঙাগড়া চাহ বাগিচাত জঘন্য ঘটনা
তিনিচুকীয়া ৰঙাগড়া চাহ বাগিচাত জঘন্য ঘটনা
- News18 Assam
- Last Updated: November 16, 2019, 1:53 PM IST
ঘটনা সংঘটিত হোৱাৰ পিছত বাগিচাৰ শ্ৰমিকে ঘেৰাও কৰিছে বাগিচাৰ কাৰখানা। কাৰখানাৰ ভিতৰত জিলা দণ্ডাধীশক প্ৰৱেশ কৰাত বাধা শ্ৰমিকৰ। বৰ্তমান পলাতক অৱস্থাত আছে বাগান খনৰ পৰিচালক অজয় কুমাৰ টমাৰ। বৰ্তমান পৰিচালকক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।