চাহ বাগিচা পৰিচালকৰ কামনাৰ বলি এগৰাকী যুৱতী! শ্ৰমিকে ঘেৰাও কৰিলে কাৰখানা

News18-Assam
Updated:November 16, 2019, 1:53 PM IST
চাহ বাগিচা পৰিচালকৰ কামনাৰ বলি এগৰাকী যুৱতী! শ্ৰমিকে ঘেৰাও কৰিলে কাৰখানা
তিনিচুকীয়া ৰঙাগড়া চাহ বাগিচাত জঘন্য ঘটনা

তিনিচুকীয়া ৰঙাগড়া চাহ বাগিচাত জঘন্য ঘটনা

  • Share this:
তিনিচুকীয়া ৰঙাগড়া চাহ বাগিচাত সংঘটিত হৈছে জঘন্য ঘটনা। বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে উত্থাপিত হৈছে যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ। অভিযুক্ত পৰিচালকজনৰ নাম অজয় কুমাৰ টমাৰ বুলি জানিব পৰা গৈছে।

ঘটনা সংঘটিত হোৱাৰ পিছত বাগিচাৰ শ্ৰমিকে ঘেৰাও কৰিছে বাগিচাৰ কাৰখানা। কাৰখানাৰ ভিতৰত জিলা দণ্ডাধীশক প্ৰৱেশ কৰাত বাধা শ্ৰমিকৰ। বৰ্তমান পলাতক অৱস্থাত আছে বাগান খনৰ পৰিচালক  অজয় কুমাৰ টমাৰ। বৰ্তমান পৰিচালকক বিচাৰি  আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
আৰু চাওক
পৰৱৰ্তী বাতৰি