உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনিলে কিশোৰীক, ঘৰ পোৱাৰ পিছত আৰম্ভ হ’ল অকথ্য নিৰ্যাতন

    বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনিলে কিশোৰীক, ঘৰ পোৱাৰ পিছত আৰম্ভ হ’ল অকথ্য নিৰ্যাতন

    ঘটনাৰ পিছতে কৰি যুৱকজন পলায়ন কৰে৷

    ঘটনাৰ পিছতে কৰি যুৱকজন পলায়ন কৰে৷

    ঘটনাৰ পিছতে কৰি যুৱকজন পলায়ন কৰে৷

    • Share this:
    বঙাইগাঁৱৰ ২নং জাৰাগুৰিত নিশা উত্তপ্ত পৰিস্থিতি ৷ ১৬ বছৰীয়া কিশোৰী এগৰাকীক মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ গোৱালপাৰাৰ কিশোৰীগৰাকীক বিয়াৰ প্ৰলোভনৰে ২নং জাৰাগুৰিৰ এজন যুৱকে পলুৱাই আনি অকথ্য শাৰীৰিক নিৰ্যাতন চলায়৷ যুৱকজনৰ লগতে পৰিয়ালৰ লোকেও কিশোৰীগৰাকীক নিৰ্যাতন চলোৱাৰ খবৰ লাভ কৰি গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কিশোৰীগৰাকীক উদ্ধাৰ কৰি থানা লৈ আনে৷ ইফালে ঘটনাৰ পিছতে কৰি যুৱকজন পলায়ন কৰে৷
    Published by:Sanjay Kumar Das
    First published: