ঘটনাৰ পিছতে কৰি যুৱকজন পলায়ন কৰে৷
ঘটনাৰ পিছতে কৰি যুৱকজন পলায়ন কৰে৷
বঙাইগাঁৱৰ ২নং জাৰাগুৰিত নিশা উত্তপ্ত পৰিস্থিতি ৷ ১৬ বছৰীয়া কিশোৰী এগৰাকীক মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ গোৱালপাৰাৰ কিশোৰীগৰাকীক বিয়াৰ প্ৰলোভনৰে ২নং জাৰাগুৰিৰ এজন যুৱকে পলুৱাই আনি অকথ্য শাৰীৰিক নিৰ্যাতন চলায়৷ যুৱকজনৰ লগতে পৰিয়ালৰ লোকেও কিশোৰীগৰাকীক নিৰ্যাতন চলোৱাৰ খবৰ লাভ কৰি গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কিশোৰীগৰাকীক উদ্ধাৰ কৰি থানা লৈ আনে৷ ইফালে ঘটনাৰ পিছতে কৰি যুৱকজন পলায়ন কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|