দক্ষিণ কামৰূপত ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণ,অভিযুক্ত মহিদুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ

ধৰ্ষিতা ছাত্ৰী গৰাকী সম্প্ৰতি GMCHত চিকিৎসাধীন

News18-Assam
Updated:October 4, 2019, 4:22 PM IST
দক্ষিণ কামৰূপত ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণ,অভিযুক্ত মহিদুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ
ধৰ্ষিতা ছাত্ৰী গৰাকী সম্প্ৰতি GMCHত চিকিৎসাধীন
News18-Assam
Updated: October 4, 2019, 4:22 PM IST
দক্ষিণ কামৰূপৰ কালাতলীত ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ধৰ্ষণকাৰীক আটক কৰাৰ দাবীত কালাতলী কাঠমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উত্তেজনা ৷ অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত শ শ ছাত্ৰ-ছাত্ৰীয়ে কপালে কালাতলীৰ ৰাজপথ ৷

ধৰ্ষিতা ছাত্ৰী গৰাকী সম্প্ৰতি GMCHত চিকিৎসাধীন ৷ GMCH ৰ মানসিক ৰোগ বিভাগত চিকিৎসাধীন ছাত্ৰ গৰাকী ৷ অভিযুক্ত মহিদুল ইছলামক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ-ছাত্ৰীৰ। জোৰশিমুলী আৰক্ষীলৈ স্মাৰকপত্ৰ প্ৰদান ছাত্ৰ ছাত্ৰীৰ ৷
আৰু চাওক পৰৱৰ্তী বাতৰি