ৰঙাপৰাত চাহ বাগিচাৰ মাজত উদ্ধাৰ যুৱতীৰ মৃতদেহ, দলবদ্ধ বলাৎকাৰ কৰি হত্যাৰ সন্দেহ

News18 Assam | News18-Assam
Updated:November 17, 2020, 12:11 PM IST
ৰঙাপৰাত চাহ বাগিচাৰ মাজত উদ্ধাৰ যুৱতীৰ মৃতদেহ, দলবদ্ধ বলাৎকাৰ কৰি হত্যাৰ সন্দেহ
যুৱতীগৰাকী যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷

যুৱতীগৰাকী যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷

  • News18 Assam
  • Last Updated: November 17, 2020, 12:11 PM IST
  • Share this:
শোণিতপুৰৰ ৰঙাপৰাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱতীগৰাকীক কোনো দুৰ্বৃত্তই দলবদ্ধভাৱে বলাৎকাৰ কৰি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে।

ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাৰ অধীনস্থ হাতীবাৰী চাহ বাগিচাৰ ১০নং শাখাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকী যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: November 17, 2020, 12:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading