ৰঙাপৰাত চাহ বাগিচাৰ মাজত উদ্ধাৰ যুৱতীৰ মৃতদেহ, দলবদ্ধ বলাৎকাৰ কৰি হত্যাৰ সন্দেহ

যুৱতীগৰাকী যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷
যুৱতীগৰাকী যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷
- News18 Assam
- Last Updated: November 17, 2020, 12:11 PM IST
ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাৰ অধীনস্থ হাতীবাৰী চাহ বাগিচাৰ ১০নং শাখাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকী যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।