உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বাক্সাত ধাননিৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ, ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

    বাক্সাত ধাননিৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ, ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

    আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷

    আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷

    আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷

    • Share this:
    বাক্সাৰ বাগানপাৰাত নৃশংসভাৱে হত্যা এগৰাকী যুৱতীক৷ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাত সংঘটিত হৈছে এই ঘটনা৷ ধাননিৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহটো৷ যুৱতীগৰাকীক দলৱদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷
    Published by:Sanjay Kumar Das
    First published: