• Home
  • »
  • News
  • »
  • assam
  • »
  • মঙলদৈত নৃশংস হত্যাকাণ্ড, মাকৈ খেতিৰ মাজত উদ্ধাৰ যুৱতীৰ মৃতদেহ

মঙলদৈত নৃশংস হত্যাকাণ্ড, মাকৈ খেতিৰ মাজত উদ্ধাৰ যুৱতীৰ মৃতদেহ

দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী। আৰক্ষীয়ে মাকৈ খেতিৰ মাজৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী। আৰক্ষীয়ে মাকৈ খেতিৰ মাজৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী। আৰক্ষীয়ে মাকৈ খেতিৰ মাজৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

  • Share this:
মঙলদৈৰ বান্দিয়া চাপৰিত হত্যাকাণ্ড। ছুফিয়া বেগম নামৰ এগৰাকী যুৱতীক চূৰ্ণীৰে ডিঙি চেপি হত্যা কৰিলে এজন যুৱকে। হত্যাকাণ্ডৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী মাণিক আলীয়ে। হত্যাকাৰীয়ে নিজেই স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা। দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী। আৰক্ষীয়ে মাকৈ খেতিৰ মাজৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। প্ৰেমজনিত কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী মাণিক আলীক।
First published: