• Home
  • »
  • News
  • »
  • assam
  • »
  • অভয়াপুৰীত শোকাৱহ ঘটনা, মানাহৰ বাঢ়নী পানীত সলিল সমাধি সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ

অভয়াপুৰীত শোকাৱহ ঘটনা, মানাহৰ বাঢ়নী পানীত সলিল সমাধি সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ

আজি দুয়োগৰাকী ছাত্ৰীয়ে মথাউৰিটো পাৰ হ’বলৈ চেষ্টা চলাওতে পিছলি পৰাত মানাহৰ বাঢ়নী পানীয়ে দুয়োকে উটুৱাই লৈ যায়।

  • Share this:
অভয়াপুৰীত মানাহ নৈৰ বাঢ়নী পানীয়ে প্ৰাণ ল’লে এগৰাকী সপ্তমমান শ্ৰেণীৰ ছাত্ৰীৰ। অভয়াপুৰীৰ বৰজানাৰ মথাউৰি সমীপত সংঘটিত হয় এই শোকাৱহ ঘটনা। আজি দুয়োগৰাকী ছাত্ৰীয়ে মথাউৰিটো পাৰ হ’বলৈ চেষ্টা চলাওতে পিছলি পৰাত মানাহৰ বাঢ়নী পানীয়ে দুয়োকে উটুৱাই লৈ যায়। ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকে এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আনগৰাকীৰ মৃতদেহ ১ ঘণ্টামান সময়ৰ পিছত স্থানীয় ৰাইজে উদ্ধাৰ কৰে। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হয়। উক্ত ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Published by:Sanjay Kumar Das
First published: