• Home
  • »
  • News
  • »
  • assam
  • »
  • NRC ৰ অতিৰিক্ত খচৰা প্ৰকাশৰ দিনাই আত্মহত্যা ১৩ বছৰীয়া কিশোৰীৰ!

NRC ৰ অতিৰিক্ত খচৰা প্ৰকাশৰ দিনাই আত্মহত্যা ১৩ বছৰীয়া কিশোৰীৰ!

NRC তালিকাক লৈ ভুল বুজাবুজি আৰু আতংকিত হৈ আত্মহত্যা কৰে কিশোৰীগৰাকীয়ে।

NRC তালিকাক লৈ ভুল বুজাবুজি আৰু আতংকিত হৈ আত্মহত্যা কৰে কিশোৰীগৰাকীয়ে।

NRC তালিকাক লৈ ভুল বুজাবুজি আৰু আতংকিত হৈ আত্মহত্যা কৰে কিশোৰীগৰাকীয়ে।

  • Share this:
    দৰঙত সংঘটিত হৈছে এক কৰুণ ঘটনা। NRC তালিকাক লৈ ভুল বুজাবুজি আৰু আতংকিত হৈ  নুৰনেহাৰ বেগম নামৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে চিপ লৈ আত্মহত্যা কৰে।  NRC ৰ আজি প্ৰকাশিত অতিৰিক্ত খচৰাত তালিকাত নাম নথকাৰ বাবে দৰঙৰ খাৰুপেটীয়াৰ নিকটবৰ্তী ৰৌমাৰী চাপৰিৰ কিশোৰী গৰাকীয়ে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে আজি প্ৰকাশিত পৰিয়ালটোৰ অতিৰিক্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা নাছিল যুৱতীগৰাকীৰ।ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
    First published: