আত্মহত্যা মহাপাপ! সেই কথাই নুবুজিলে ডিব্ৰুগড়ৰ ৰিংকীয়ে...

বিশ্ববিদ্যালয়খনৰ জয়মতী ছাত্ৰী নিবাসত উদ্ধাৰ হ’ল এগৰাকী মেধাৱী ছাত্ৰীৰ মৃতদেহ।

News18-Assam
Updated:September 17, 2019, 6:25 PM IST
আত্মহত্যা মহাপাপ! সেই কথাই নুবুজিলে ডিব্ৰুগড়ৰ ৰিংকীয়ে...
বিশ্ববিদ্যালয়খনৰ জয়মতী ছাত্ৰী নিবাসত উদ্ধাৰ হ’ল এগৰাকী মেধাৱী ছাত্ৰীৰ মৃতদেহ।
News18-Assam
Updated: September 17, 2019, 6:25 PM IST
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জয়মতী ছাত্ৰী নিবাসত উদ্ধাৰ হ’ল এগৰাকী মেধাৱী ছাত্ৰীৰ মৃতদেহ। চিপ লোৱা অৱস্থাত উদ্ধাৰ ৰিংকী দত্ত নামৰ ছাত্ৰীগৰাকীৰ মৃতদেহ।

ইংৰাজী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীৰ ঘৰ যোৰহাটৰ চাৰিগাঁৱত। ছাত্ৰী নিবাসটোৰ ওপৰ মহলা কোঠাৰ ভিতৰত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ। মিছ ইংলিছ ডিপাৰ্টমেণ্ট সন্মান লাভ কৰা ৰিংকী আছিল এগৰাকী সুদক্ষ টাইকোৱানড’ খেলুৱৈ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০১৮–১৯ বৰ্ষৰ আন্তঃমহাবিদ্যালয় ৱেটলিফটিঙৰ ৬৭ কিলোগ্ৰাম শাখাত স্বৰ্ণপদকো লাভ কৰিছিল ছাত্ৰীগৰাকীয়ে। হতাশাগ্ৰস্ত হৈ পৰা ছাত্ৰীগৰাকীৰ মৃতদেহৰ সমীপত উদ্ধাৰ হৈছে এখন ছুইচাইড নোট।

উদ্ধাৰ হোৱা ছুইচাইড নোট



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি