আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট দি আটক এগৰাকী যুৱতী

ONGCৰ বিষয়া জ্ঞানদীপ গগৈৰ সমৰ্থনত পোষ্ট দিছিল যুৱতীগৰাকীয়ে। আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট দিছিল ONGCৰ বিষয়া জ্ঞানদীপ গগৈয়ে।

News18-Assam
Updated:July 3, 2019, 3:31 PM IST
আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট দি আটক এগৰাকী যুৱতী
ONGCৰ বিষয়া জ্ঞানদীপ গগৈৰ সমৰ্থনত পোষ্ট দিছিল যুৱতীগৰাকীয়ে। আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট দিছিল ONGCৰ বিষয়া জ্ঞানদীপ গগৈয়ে।
News18-Assam
Updated: July 3, 2019, 3:31 PM IST
ফেচবুকত পোষ্ট দি আৰক্ষীৰ জালত এগৰাকী যুৱতী। শিৱসাগৰত আটক মুনমী বৰগোহাঁই।ফেচবুকত আলফাৰ সমৰ্থনত মন্তব্য কৰিছিল মুনমীয়ে। ONGCৰ বিষয়া জ্ঞানদীপ গগৈৰ সমৰ্থনত পোষ্ট দিছিল যুৱতীগৰাকীয়ে। আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট দিছিল ONGCৰ বিষয়া জ্ঞানদীপ গগৈয়ে। ধৃত মুনমী বৰগোহাঁই ONGCৰ এবছৰীয়া প্ৰশিক্ষাৰ্থী। হাঁহচ’ৰাৰ গোমোঠাত ঘৰ যুৱতীগৰাকীৰ। ২৬ জুনত গ্ৰেপ্তাৰ হৈছিল জ্ঞানদীপ। শিৱসাগৰ থানাত ৰুজু হৈছিল ৫৬৩/১৯ নম্বৰৰ গোচৰ। সম্প্ৰতি আৰক্ষীৰ জিম্মাতে আছে জ্ঞানদীপ গগৈ। মুনমীক শিৱসাগৰ থানাত জেৰা অব্যাহত।
আৰু চাওক পৰৱৰ্তী বাতৰি