মুখ্যপৃষ্ঠা »খবৰ »অসম »মহানগৰীত কৃত্ৰিম বানত উটি গ'ল চাইকেল আৰোহী

মহানগৰীত কৃত্ৰিম বানত উটি গ'ল চাইকেল আৰোহী

মহানগৰীত কৃত্ৰিম বানৰ সময়ত ভয়ংকৰ অঘটন

মহানগৰীত কৃত্ৰিম বানৰ সময়ত ভয়ংকৰ অঘটন

মহানগৰীত কৃত্ৰিম বানৰ সময়ত ভয়ংকৰ অঘটন

  • Share this:
    বিপুল বৰ্মন–মহানগৰীত কৃত্ৰিম বানৰ সময়ত ভয়ংকৰ অঘটন। সুন্দৰপুৰত কৃত্ৰিম বানত উটি গ'ল এজন চাইকেল আৰোহী। এই পৰ্যন্ত সন্ধান নাই লোকজনৰ । সন্ধানহীন লোকজনৰ বৰ্তমানো উদ্ধাৰ হোৱা নাই পৰিচয়। লোকজনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

    উল্লেখযোগ্য যে ভৰলু নদীত পৰি যোৱা লোকজনক বচাবলৈ স্থানীয় লোকে চেষ্টা কৰিছিল যদিও তেঁওক বচাব নোৱাৰিলে। অৱশ্যে ঘটনাস্থলীত উদ্ধাৰ হয় সন্ধানহীন লোকজনৰ চাইকেলখন।

    শেহতীয়া বাতৰি