• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল কুখ্যাত পলাতক অপৰাধী গেৰজাইৰ

ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল কুখ্যাত পলাতক অপৰাধী গেৰজাইৰ

ঢকুৱাখনা মহকুমা ন্যায়িক আদালত চৌহদৰ পৰা আৰক্ষীৰ বেহু ফালি পলায়ন কৰে গেৰজাই ওৰফে ৰাজু বৰুৱাই।

ঢকুৱাখনা মহকুমা ন্যায়িক আদালত চৌহদৰ পৰা আৰক্ষীৰ বেহু ফালি পলায়ন কৰে গেৰজাই ওৰফে ৰাজু বৰুৱাই।

ঢকুৱাখনা মহকুমা ন্যায়িক আদালত চৌহদৰ পৰা আৰক্ষীৰ বেহু ফালি পলায়ন কৰে গেৰজাই ওৰফে ৰাজু বৰুৱাই।

  • Share this:
ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল কুখ্যাত পলাতক অপৰাধী গেৰজাইৰ৷ ঢকুৱাখনাৰ ভীমপাৰাত আত্মগোপন কৰি থকা অৱস্থাতে ধৰা পৰিছিল ৰাইজৰ হাতত৷ যোৱা ১৬ আগষ্টত আৰক্ষীৰ কঠোৰ বেষ্টনীৰ মাজৰ পৰা পলায়ন কৰিছিল দুৰ্ধৰ্ষ অপৰাধী গেৰজাইয়ে। ঢকুৱাখনা মহকুমা ন্যায়িক আদালত চৌহদৰ পৰা আৰক্ষীৰ বেহু ফালি পলায়ন কৰে গেৰজাই ওৰফে ৰাজু বৰুৱাই।

উল্লেখ্য যে ২২ জানুৱাৰীতো আৰক্ষীৰ জিম্মাত থকা অৱস্থাত নিশা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ Covid Wardৰ পৰা পলায়ন কৰিছিল গেৰজাই ওৰফে ৰাজু বৰুৱা নামৰ অপৰাধীটো।
Published by:Sanjay Kumar Das
First published: