News18 AssamNews18 Assam
|
News18-Assam Updated:January 13, 2021, 6:28 PM IST
বুধবাৰে সন্ধিয়া গণেশ মন্দিৰলৈ অহাৰ সময়ত ডাঙৰ পুত্ৰক লগত লৈ আহিছিল সাংসদ গৌৰৱ গগৈয়ে।
বুধবাৰে সন্ধিয়া গণেশ মন্দিৰলৈ অহাৰ সময়ত ডাঙৰ পুত্ৰক লগত লৈ আহিছিল সাংসদ গৌৰৱ গগৈয়ে।
ভোগালী বিহুৰ উৰুকাৰ সন্ধিয়া গুৱাহাটীৰ গণেশ মন্দিৰত কিছু সময় কটাই কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। বুধবাৰে সন্ধিয়া গণেশ মন্দিৰলৈ অহাৰ সময়ত ডাঙৰ পুত্ৰক লগত লৈ আহিছিল সাংসদ গৌৰৱ গগৈয়ে। উৰুকাৰ দিনা গণেশ মন্দিৰলৈ অহাৰ উদ্দেশ্যে আছিল ব্যতিক্ৰম। মহানগৰীৰ গণেশ মন্দিৰৰ সন্মুখত থকা দুখীয়া লোকৰ মাজত বিহুৰ দিনা কম্বল বিতৰণ কৰে লোক সভাৰ কংগ্ৰেছৰ উপ–দলপতি গৌৰৱ গগৈয়ে। বুধবাৰে গণেশ মন্দিৰলৈ অহাৰ সময়ত গৌৰৱ গগৈক সংগ দিছিল কংগ্ৰেছৰ যুৱ নেতা মানস বৰাই।
Published by:
Sanjay Kumar Das
First published:
January 13, 2021, 6:28 PM IST