গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত অশ্লীল ভিডিঅ’, ক্লিক কৰিলেই খোল খাই পৰ্ণ ছাইট!

News18 Assam | News18-Assam
Updated:December 1, 2019, 11:48 AM IST
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত অশ্লীল ভিডিঅ’, ক্লিক কৰিলেই খোল খাই পৰ্ণ ছাইট!
বৰ্তমানলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিয়ন্ত্ৰণলৈ আনিব পৰা নাই ৱেবছাইটো৷

বৰ্তমানলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিয়ন্ত্ৰণলৈ আনিব পৰা নাই ৱেবছাইটো৷

  • Share this:
পুনৰ হেকাৰৰ কৱলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট৷ শনিবাৰে নিশাৰে পৰা বৰ্তমানলৈ হেক হৈ আছে ৱেবছাইটটো৷ www.gauhati.ac.in ৱেবছাইটটো খুলিলে প্ৰশ্নকাকত লিক হোৱা বুলি এটা লিংক দিয়া হৈছে। এই লিংকটো ক্লিক কৰিলে ওলাই এটা পৰ্ণ ছাইট। বৰ্তমানলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিয়ন্ত্ৰণলৈ আনিব পৰা নাই ৱেবছাইটো৷ এই ঘটনাক লৈ উদ্বিগ্ন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি