গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বহীন কাণ্ড, স্নাতক তৃতীয় ষান্মাসিকৰ প্ৰশ্নকাকতত বিসংগতি

News18 Assam | News18-Assam
Updated:November 29, 2019, 11:12 AM IST
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বহীন কাণ্ড, স্নাতক তৃতীয় ষান্মাসিকৰ প্ৰশ্নকাকতত বিসংগতি
পৰীক্ষাৰ পৰৱৰ্তী দিন এতিয়ালৈ ঘোষণা কৰা নাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

পৰীক্ষাৰ পৰৱৰ্তী দিন এতিয়ালৈ ঘোষণা কৰা নাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

  • News18 Assam
  • Last Updated: November 29, 2019, 11:12 AM IST
  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজৱ কাণ্ড। স্নাতক তৃতীয় ষান্মাসিকৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্নকাকতত বিসংগতি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো মহাবিদ্যালয়ৰ প্ৰশ্নকাকতত দেখা গ’ল এই বিসংগতি। পৰীক্ষা আৰম্ভ হোৱাৰ ১৫ মিনিট পিছতে বাতিল হ’ল পৰীক্ষা।

প্ৰশ্নকাকত জমা দি ঘৰলৈ উভতি যাবলগীয়া হ’ল ছাত্ৰ–ছাত্ৰী। এই ঘটনাক লৈ এতিয়া হাহাকাৰ লাগিছে ছাত্ৰ–ছাত্ৰীসকলৰ মাজত। অৱশ্যে এই পৰীক্ষাৰ পৰৱৰ্তী দিন এতিয়ালৈ ঘোষণা কৰা নাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি