
৮ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল তিনি চিকিৎসকক।
৮ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল তিনি চিকিৎসকক।
ধূলা কাণ্ডত গ্ৰেপ্তাৰ হোৱা তিনি চিকিৎসকৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে তিনি চিকিৎসকৰ। ডাঃ অজন্তা বৰদলৈ, ডাঃ অনুপম শৰ্মা আৰু ডাঃ অৰুণ ডেকাৰ জামিন মঞ্জুৰ। বনকৰা কিশোৰীৰ হত্যাকাণ্ডৰ ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিছিল তিনি চিকিৎসকে। ৮ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল তিনি চিকিৎসকক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|