মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আজি মুকলি কৰি দিব লাগিব ইণ্টাৰনেট সেৱা, জৰুৰী নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আজি মুকলি কৰি দিব লাগিব ইণ্টাৰনেট সেৱা, জৰুৰী নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

News18 Assam | News18-Assam
Updated:December 17, 2019, 12:56 PM IST
আজি মুকলি কৰি দিব লাগিব ইণ্টাৰনেট সেৱা, জৰুৰী নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
বিগত ৬ দিন ধৰি বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা। ফলত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৰাজ্যবাসী।

বিগত ৬ দিন ধৰি বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা। ফলত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৰাজ্যবাসী।

  • News18 Assam
  • Last Updated: December 17, 2019, 12:56 PM IST
  • Share this:
আজি মুকলি কৰি দিব লাগিব ইণ্টাৰনেট সেৱা। এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিয়লি ৩ বজাৰ ভিতৰত ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ। বিগত ৬ দিন ধৰি বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা। ফলত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৰাজ্যবাসী।
Published by: Sanjay Kumar Das
First published: December 17, 2019, 12:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি