• Home
  • »
  • News
  • »
  • assam
  • »
  • Dibrugarh : ডিব্ৰুগড়ৰ চি এন জি ফিলিং ষ্টেচনত গেছৰ বিস্ফোৰণ

Dibrugarh : ডিব্ৰুগড়ৰ চি এন জি ফিলিং ষ্টেচনত গেছৰ বিস্ফোৰণ

ঘটনাক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ চৌকিডিঙি অঞ্চলত।

ঘটনাক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ চৌকিডিঙি অঞ্চলত।

ঘটনাক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ চৌকিডিঙি অঞ্চলত।

  • Share this:
ডিব্ৰুগড়ৰ চি এন জি ফিলিং ষ্টেচনত গেছৰ বিস্ফোৰণ। বাহনত গেছ ভৰাই থাকোঁতেই হঠাৎ সংঘটিত হয় বিস্ফোৰণ। ফলত গেছ বিয়পি পৰিছে কাষৰীয়া অঞ্চললৈকে।

ঘটনাক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ চৌকিডিঙি অঞ্চলত। ইতিমধ্যে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় ঘটনাস্থলীত।

অৱশেষত, গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২০১৯ চনৰ ১৭ আগষ্টত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল উত্তৰ-পূবৰ দ্বিতীয়টো চি এন জি ফিলিং ষ্টেচনটো।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি