• Home
  • »
  • News
  • »
  • assam
  • »
  • গাড়ীগাওঁ দলবদ্ধ ধৰ্ষণকাণ্ডঃ আৰক্ষীৰ জালত পৰিল দুই অভিযুক্ত ফাইজুল আৰু পোনা আলী, এতিয়াও পলাতক অৱস্থাত আন দুই অভিযুক্ত

গাড়ীগাওঁ দলবদ্ধ ধৰ্ষণকাণ্ডঃ আৰক্ষীৰ জালত পৰিল দুই অভিযুক্ত ফাইজুল আৰু পোনা আলী, এতিয়াও পলাতক অৱস্থাত আন দুই অভিযুক্ত

মৰিগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক।

মৰিগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক।

মৰিগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক।

  • Share this:

  • ৰাজ্য কঁপোৱা গাড়ীগাওঁ ধৰ্ষণ কাণ্ডত জড়িত দুই অভিযুক্ত ফাইজুল আৰু পোনা আলীক গ্ৰেপ্তাৰ কৰা কৰিছে আৰক্ষীয়ে।

  • মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে দুই ধৰ্ষণকৰী।

  • ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ পিছতে মৰিগাঁৱত আত্মগোপণ কৰি আছিল ফাইজুল আলী আৰু পোনা আলী।




  • ইফালে গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে।

  • আনহাতে এতিয়াও পলাতক অৱস্থাত আছে আন দুই অভিযুক্ত।

  • আৰক্ষীয়ে দুয়োটা নৰপিশাচক ধৰিবলৈ জোৰদাৰ গতিত চলাই আছে অভিযান।

Published by:Himangshu Bhuyan
First published: