বিত্ত বিভাগে জনোৱা মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি পূজাৰ আগতে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ লগতে ৱাৰ্ড সদস্যসকলে পাব পাৰিতোষিক ৷ ইয়াৰ বাবে ৬৬৮৪.২৫ লাখ টকা শুকুৰবাৰে বিত্ত বিভাগে মঞ্জুৰি দিয়ে ।

শাৰদীয় দুৰ্গা পূজাৰ উপহাৰ দিবলৈ শুকুৰবাৰে বিশেষ ঘোষণা কৰিলে ৰাজ্যৰ বিত্ত বিভাগে ৷ এই হিচাপত বিত্ত বিভাগে জনোৱা মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি পূজাৰ আগতে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ লগতে ৱাৰ্ড সদস্যসকলে পাব পাৰিতোষিক ৷ ইয়াৰ বাবে ৬৬৮৪.২৫ লাখ টকা শুকুৰবাৰে বিত্ত বিভাগে মঞ্জুৰি দিয়ে ।
এই ধনৰাশি পঞ্চায়ত প্ৰতিনিধি, জিলা পৰিষদৰ প্ৰতিনিধি আৰু ৱাৰ্ড সদস্যসকলে দুৰ্গাপূজাৰ আগতে লাভ কৰিবলৈ সক্ষম হ’ব । সকলো সদস্যক ৰাইজৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনাই বিত্ত বিভাগে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|