• Home
  • »
  • News
  • »
  • assam
  • »
  • হাইলাকান্দিত পাণ দোকানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

হাইলাকান্দিত পাণ দোকানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

হাইলাকান্দিত পান দোকানৰ পৰা আৰক্ষীয়ে গাঞ্জা বিক্ৰী কৰাৰ অভিযোগত দোকানখনৰ গৰাকী অমলেন্দু দাসক আটক কৰে।বৃহৎ পৰিমাণ গাঞ্জা ।

  • Share this:
অবৈধ ড্ৰাগছ আৰু আন নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে জব্দ হৈছে গাঞ্জা, ড্ৰাগছ আদি মাৰাত্মক নিচাজাতীয় দ্ৰব্য। বুধবাৰ নিশা হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম বজাৰত আৰক্ষীৰ অভিযানত এখন পাণ দোকানৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা।

পাঁচগ্ৰাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিধান চন্দ্ৰ দাসে জানিব দিয়া মতে, পাঁচগ্ৰাম আৰক্ষীয়ে বুধবাৰে নিশা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত স্থানীয় পাঁচগ্ৰাম বজাৰত এক অভিযান চলায়। এই অভিযানত আৰক্ষীৰ দলটোৱে এখন পাণ দোকানৰ পৰা প্ৰায় ৪.৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে গাঞ্জা বিক্ৰী কৰাৰ অভিযোগত দোকানখনৰ গৰাকী অমলেন্দু দাসক আটক কৰে।
Published by:Sanjay Kumar Das
First published: