আহিছিল গঁড় চিকাৰ কৰিবলৈ, কাজিৰঙা নাপালে, পালে ৰঙাঘৰ

বৰগাঙৰ পৰা আৰক্ষীয়ে আটক কৰে চোৰাংচিকাৰীকেইটাক।

News18-Assam
Updated:July 7, 2019, 11:30 AM IST
আহিছিল গঁড় চিকাৰ কৰিবলৈ, কাজিৰঙা নাপালে, পালে ৰঙাঘৰ
বৰগাঙৰ পৰা আৰক্ষীয়ে আটক কৰে চোৰাংচিকাৰীকেইটাক।
News18-Assam
Updated: July 7, 2019, 11:30 AM IST
বিশ্বনাথত আৰক্ষীৰ জালত পৰিল ৫ দুৰ্ধৰ্ষ চোৰাং চিকাৰী। ধৃত চোৰাং চিকাৰীকেইটাৰ নাম আৰফান আলী ওৰফে ৰেহান, শ্ৰীৰামকুইবা ওৰফে জন, মিণ্টু হাজৰিকা, টুনমণি শইকীয়া আৰু পুনিৰাম দাস। কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল চোৰাং চিকাৰীৰ দলটোৱে। বৰগাঙৰ পৰা আৰক্ষীয়ে আটক কৰে চোৰাংচিকাৰীকেইটাক। ধৃত আৰফান পূৰ্বেও দুবাৰ গ্ৰেপ্তাৰ হৈছিল। আৰক্ষীৰ সহযোগত বনৰক্ষীয়ে চলোৱা অভিযানত জালত পৰে দলটো।
আৰু চাওক পৰৱৰ্তী বাতৰি