বিটিএডিত গঠন হ’ল নতুন ৰাজনৈতিক দল ‘গণ সুৰক্ষা পাৰ্টী’

বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে।

News18-Assam
Updated:September 22, 2019, 3:45 PM IST
বিটিএডিত গঠন হ’ল নতুন ৰাজনৈতিক দল ‘গণ সুৰক্ষা পাৰ্টী’
বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে।
News18-Assam
Updated: September 22, 2019, 3:45 PM IST
বিটিএডিত গঠন নতুন ৰাজনৈতিক দল। সাংসদ নৱ শৰণীয়াৰ নেতৃত্বত গঠন হ’ল ‘গণ সুৰক্ষা পাৰ্টী’ নামৰ নতুন দলটো। পাঠশালাত অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৰাজনৈতিক দলটোৰ নাম। বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে। সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত আৰু সন্মিলিত জনগোষ্ঠীয় মঞ্চৰ সমৰ্থনত জন্মলাভ কৰিলে নতুন ৰাজনৈতিক দলটোৱে। নৱ শৰণীয়াক সভাপতি হিচাপে লৈ দহজনীয়া কেন্দ্ৰীয় কমিটী গঠন গণ সুৰক্ষা পাৰ্টী, অসমৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি