• Home
  • »
  • News
  • »
  • assam
  • »
  • ফোন কৰক আৰু ঘৰতে বহিয়েই লাভ কৰক মুৰ্গীৰ মাংস

ফোন কৰক আৰু ঘৰতে বহিয়েই লাভ কৰক মুৰ্গীৰ মাংস

আজিৰ পৰা মহানগৰবাসীক ঘৰে ঘৰে যোগান ধৰিব ব্ৰাইলাৰ মাংস

আজিৰ পৰা মহানগৰবাসীক ঘৰে ঘৰে যোগান ধৰিব ব্ৰাইলাৰ মাংস

আজিৰ পৰা মহানগৰবাসীক ঘৰে ঘৰে যোগান ধৰিব ব্ৰাইলাৰ মাংস

  • Share this:
কিমান আৰু নিৰামিষ আহাৰ খাব? এতিয়া আৰু চিন্তা নাই। এটা মাত্ৰ ফোনকলতে ঘৰতব বহি লাভ কৰিব পাৰিব ব্ৰইলাৰ মাংস। মাংসৰ বেপাৰীয়ে গুৱাহাটী মহানগৰত ঘৰে ঘৰে যোগান ধৰিব মাংস। এই কথা জনাইছে মহানগৰ প্ৰশাসনে। ইতিমধ্য়ে গুৱাহাটী পৌৰসভা, পশুপালন বিভাগ, পশু চিকিত্‍সা বিভাগে প্ৰস্তুত কৰিছে মাংস ব্যৱসায়ীৰ এখন তালিকা।



কেৱল এইসকল মাংসৰ ব্যৱসায়ীয়েহে মহানগৰৰ বিভিন্ন প্ৰান্তত যোগান কৰিব পাৰিব ব্ৰইলাৰ মাংস। সেইদৰে যোগান ধৰিব লগীয়া মাংসৰ গুণাগুণৰ ওপৰতো বিশেষ কিছু নিয়ম বান্ধি দিছে প্ৰশাসনে।
Published by:Himangshu Bhuyan
First published: