• Home
  • »
  • News
  • »
  • assam
  • »
  • ১ জানুৱাৰীৰ পৰা খুলিব প্ৰাইমেৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে বিদ্যালয়, অনলাইন ক্লাছ বন্ধ হ’ব এই তাৰিখে, শিক্ষামন্ত্ৰীয়ে জনালে সবিশেষ

১ জানুৱাৰীৰ পৰা খুলিব প্ৰাইমেৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে বিদ্যালয়, অনলাইন ক্লাছ বন্ধ হ’ব এই তাৰিখে, শিক্ষামন্ত্ৰীয়ে জনালে সবিশেষ

  • Share this:
অহা ১ জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে ক্লাছসমূহ খুলিব। এই বিষয়ে শিক্ষা বিভাগে জাননী জাৰি কৰিব। ১৫ ডিচেম্বৰৰ পৰা অনলাইন ক্লাছ সমূহ বন্ধ কৰাৰ বাবে শিক্ষকক আহ্বান জনোৱা হ’ব সংবাদমেলত জনালে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে  ১৫ ডিচেম্বৰৰ পৰা সীমিতভাবে হোষ্টেলসমূহ খোলা হ’ব। অৱশ্যে কেৱল চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলহে আহিব পাৰিব হোষ্টেললৈ।
হোষ্টেললৈ অহাৰ আগত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক’ভিড টেষ্ট কৰোৱা হ’ব।
এই

এই সংবাদমেলতে ক’ভিড ভেকচিনৰ প্ৰসংগও উল্লেখ কৰে মন্ত্ৰীজনে।
First published: