মুখ্যপৃষ্ঠা » খবৰ

» অসম

»6 Assam Cops Dead: এই দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰো ! অসম-মিজোৰাম সীমান্তত অসমৰ জোৱানক হত্যা কৰাৰ পিছত হাত চাপৰি-উকি মাৰি মিজোৰাম আৰক্ষীৰ বিজয় উল্লাসৰ Video...

6 Assam Cops Dead: এই দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰো ! অসম-মিজোৰাম সীমান্তত অসমৰ জোৱানক হত্যা কৰাৰ পিছত হাত চাপৰি-উকি মাৰি মিজোৰাম আৰক্ষীৰ বিজয় উল্লাসৰ Video...

Kokil Sarma | News18-Assam
Updated:July 26, 2021, 11:55 PM IST
6 Assam Cops Dead: এই দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰো ! অসম-মিজোৰাম সীমান্তত অসমৰ জোৱানক হত্যা কৰাৰ পিছত হাত চাপৰি-উকি মাৰি মিজোৰাম আৰক্ষীৰ বিজয় উল্লাসৰ Video...
photo-PTI

Assam-Mizoram Border: অসমৰ জোৱানসকলক আক্ৰমণ কৰি হত্যা কৰাৰ পিছত এনেদৰে বিজয় উল্লাস কৰিছিল মিজোৰামৰ সেনাসকলে। হাত চাপৰি, কৰমৰ্দন, উকি মাৰি তেওঁলোকে অসমৰ সেনাক হত্যা কৰাৰ বিজয় উৎসৱ পালন কৰিছিল।

  • Share this:
অসমৰ জোৱানসকলক আক্ৰমণ কৰি হত্যা কৰাৰ পিছত এনেদৰে বিজয় উল্লাস কৰিছিল মিজোৰামৰ সেনাসকলে। হাত চাপৰি, কৰমৰ্দন, উকি মাৰি তেওঁলোকে অসমৰ সেনাক হত্যা কৰাৰ বিজয় উৎসৱ পালন কৰিছিল।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে শ্বেয়াৰ কৰে ভিডিঅ'। ৫জনকৈ অসম আৰক্ষীক হত্যা কৰাৰ পিছত আৰু বহুলোকক আহত কৰাৰ পিছত, মিজোৰাম আৰক্ষীসকলে এনেদৰে উদযাপন কৰি আছে। এয়া দুখজনক আৰু ভয়ংকৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
Published by: Kokil Sarma
First published: July 26, 2021, 11:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি