• Home
  • »
  • News
  • »
  • assam
  • »
  • গোলাপী ৰঙৰ গাড়ীৰে কৰক বিনামূলীয়া যাত্ৰা, ৰাজ্য চৰকাৰে হাতত লৈছে অভিলাসী আঁচনি

গোলাপী ৰঙৰ গাড়ীৰে কৰক বিনামূলীয়া যাত্ৰা, ৰাজ্য চৰকাৰে হাতত লৈছে অভিলাসী আঁচনি

ৰাজ্য চৰকাৰে হাতত লৈছে এখন ব্যতিক্ৰমী আঁচনি

ৰাজ্য চৰকাৰে হাতত লৈছে এখন ব্যতিক্ৰমী আঁচনি

ৰাজ্য চৰকাৰে হাতত লৈছে এখন ব্যতিক্ৰমী আঁচনি

  • Share this:
ৰাজ্য চৰকাৰে হাতত লৈছে এখন ব্যতিক্ৰমী আঁচনি। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত ঘোষণা কৰিছে ভ্ৰমণ সাৰথি নামৰ এখন বিশেষ আঁচনি। এই আঁচনিখনৰ জৰিয়তে গুৱাহাটী মহানগৰত বিনামূলীয়া হ’ব মহিলা আৰু বয়স্ক লোকৰ বাছৰ যাত্ৰা। এই আঁচনিৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে নতুনকৈ আৰম্ভ কৰিব ‘গোলাপী ৰঙৰ গাড়ী’ৰে নতুন বাছ সেৱা।

বৰ্তমান গুৱাহাটী মহানগৰত এই সেৱা উপলব্ধ হ’ব যদিও পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা অন্য জিলাৰ সদৰলৈকে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব মহিলা আৰু বয়স্ক লোকে ।
Published by:Himangshu Bhuyan
First published: