ডুমডুমাত চৰকাৰী ঔষধৰ ৰমৰমীয়া বেহা, ফাৰ্মাচীত বিক্ৰী হৈছে বিনামূলীয়া ঔষধ

বৰ হাপজানত স্থানীয় লোকে জব্দ কৰিলে ফাৰ্মাচীত বিক্ৰীৰ বাবে অনা বিনামূলীয়া ঔষধ।

News18-Assam
Updated:August 3, 2019, 8:52 AM IST
ডুমডুমাত চৰকাৰী ঔষধৰ ৰমৰমীয়া বেহা, ফাৰ্মাচীত বিক্ৰী হৈছে বিনামূলীয়া ঔষধ
বৰ হাপজানত স্থানীয় লোকে জব্দ কৰিলে ফাৰ্মাচীত বিক্ৰীৰ বাবে অনা বিনামূলীয়া ঔষধ।
News18-Assam
Updated: August 3, 2019, 8:52 AM IST
তিনিচুকীয়াৰ ডুমডুমাত চৰকাৰী ঔষধৰ ৰমৰমীয়া বেহা। একাংশ ফাৰ্মাচীত বিক্ৰী হৈছে চৰকাৰে যোগান ধৰা বিনামূলীয়া ঔষধ। বৰ হাপজানত স্থানীয় লোকে জব্দ কৰিলে ফাৰ্মাচীত বিক্ৰীৰ বাবে অনা বিনামূলীয়া ঔষধ। অইল ইণ্ডিয়া চিকিত্‍সালয়ৰ পৰা অনা হৈছিল এই ঔষধখিনি। কে ডি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তাৰ ছত্ৰছায়াত এই ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ। ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় লোকে।
আৰু চাওক পৰৱৰ্তী বাতৰি