চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি জালত পৰিল প্ৰৱঞ্চক

জুৰোডত ভাড়াঘৰত থকা প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ৰ ঘৰত উদ্ধাৰ হৈছে আৰক্ষীৰ পোছাক।

News18-Assam
Updated:September 27, 2019, 8:24 AM IST
চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি জালত পৰিল প্ৰৱঞ্চক
জুৰোডত ভাড়াঘৰত থকা প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ৰ ঘৰত উদ্ধাৰ হৈছে আৰক্ষীৰ পোছাক।
News18-Assam
Updated: September 27, 2019, 8:24 AM IST
গীতানগৰ আৰক্ষীৰ জালত ভুৱা অসম আৰক্ষীৰ উপ–পৰিদৰ্শক। চাকৰি দিম বুলি প্ৰৱঞ্চকটোৱে বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল ধন। ধৃত প্ৰৱঞ্চকটোৰ নাম ধৰ্মেশ্বৰ ৰয়, ঘৰ বাইহাটা চাৰিআলিত। চাকৰি দিয়াৰ প্ৰলোভন দি বনজিৎ হুজুৰী নামৰ এজন লোকৰ পৰা সংগ্ৰহ কৰিছিল ৫৬ হাজাৰ টকা। গীতানগৰ থানাৰ দাৰোগা বুলি চিনাকী দি সংগ্ৰহ কৰিছিল ধন। জুৰোডত ভাড়াঘৰত থকা প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ৰ ঘৰত উদ্ধাৰ হৈছে আৰক্ষীৰ পোছাক।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি