মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মহানগৰীৰ লালুংগাঁৱত আৰক্ষী–প্ৰতিবাদকাৰীৰ সংঘাত, আৰক্ষীৰ গুলীত আহত চাৰি প্ৰতিবাদকাৰী

মহানগৰীৰ লালুংগাঁৱত আৰক্ষী–প্ৰতিবাদকাৰীৰ সংঘাত, আৰক্ষীৰ গুলীত আহত চাৰি প্ৰতিবাদকাৰী

News18 Assam | News18-Assam
Updated:December 12, 2019, 11:55 AM IST
মহানগৰীৰ লালুংগাঁৱত আৰক্ষী–প্ৰতিবাদকাৰীৰ সংঘাত, আৰক্ষীৰ গুলীত আহত চাৰি প্ৰতিবাদকাৰী
আহতকেইজনক এক্সেল কেয়াৰ আৰু আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আহতকেইজনক এক্সেল কেয়াৰ আৰু আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

  • News18 Assam
  • Last Updated: December 12, 2019, 11:55 AM IST
  • Share this:
মহানগৰীৰ লালুংগাঁৱত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰচণ্ড সংঘাত। আৰক্ষীৰ গুলীচালনাত আহত হয় চাৰিজন প্ৰতিবাদকাৰী। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক। আৰক্ষীলৈ প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰে আৰক্ষীয়ে। আহতকেইজনক এক্সেল কেয়াৰ আৰু আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
First published: December 12, 2019, 11:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি