আৰক্ষীৰ জালত আৰক্ষী, ধন দাবী কৰি গ্ৰেপ্তাৰ ৪ গৰাকী আৰক্ষী

ছহিদুল ইছলাম নামৰ যুৱকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ চাৰিওগৰাকী আৰক্ষীক

News18-Assam
Updated:October 5, 2019, 12:51 PM IST
আৰক্ষীৰ জালত আৰক্ষী, ধন দাবী কৰি গ্ৰেপ্তাৰ ৪ গৰাকী আৰক্ষী
প্ৰতিকী ফটো
News18-Assam
Updated: October 5, 2019, 12:51 PM IST
পুনৰ আৰক্ষীৰ জালত পৰিছে আৰক্ষী। ধন দাবী কৰি গ্ৰেপ্তাৰ গীতানগৰ থানাৰ ৪ গৰাকী আৰক্ষী। ৪ জন আৰক্ষীয়ে এজন যুৱকৰ পৰা দাবী কৰিছিল ধন। ছহিদুল ইছলাম নামৰ যুৱকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় আৰক্ষী কেইগৰাকীক।
গ্ৰেপ্তাৰ হয় হাবিলদাৰ  জিতেন্দ্ৰ নাথ দাস, কনিষ্টবল ৰঞ্জিত সিং, হোমগাৰ্ড দিল মহম্মদ আৰু চালক জিয়াবুৰ ৰহমান।
আৰু চাওক পৰৱৰ্তী বাতৰি