• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিব্ৰুগড়ৰ আদালতত কৰোণাৰ আতংক, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশসহ চাৰিগৰাকী আক্ৰান্ত কৰোণাত

ডিব্ৰুগড়ৰ আদালতত কৰোণাৰ আতংক, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশসহ চাৰিগৰাকী আক্ৰান্ত কৰোণাত

অতিৰিক্ত জিলা ও ছেছন ন্যায়ধীশ জছপাল সিং, ন্যায়িক দণ্ডাধীশ ঋতুপৰ্ণা শৰ্মা, অধিবক্তাদ্বয় ক্ৰমে চিন্ময় দত্ত, বজৰং কেজৰিৱাল আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। 

  • Share this:
ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত পুনৰ কোভিড-১৯ৰ আতংক। জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ অতিৰিক্ত ন‌্যায়াধীশসহ মুঠ  চাৰিগৰাকী কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।

অতিৰিক্ত জিলা ও ছেছন ন্যায়ধীশ জছপাল সিং, ন্যায়িক দণ্ডাধীশ ঋতুপৰ্ণা শৰ্মা, অধিবক্তাদ্বয় ক্ৰমে চিন্ময় দত্ত, বজৰং কেজৰিৱাল আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত।

ইপিনে কোভিড–১৯ত চাৰিগৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ লগে লগে বৃদ্ধি পাইছে আতংক। ফলত আজিৰে পৰা অহা বৃহস্পতিবাৰলৈকে ডিব্ৰুগড় বাৰ এছচিয়েচন বন্ধ থাকিব বুলি সদৰি কৰিছে উকিল সন্থাই। কেৱল জৰুৰীকালীন গোচৰৰহে শুনানি হ’ব বুলিও সদৰি কৰিছে উকীল সন্থাৰ বিষয়ববীয়াই।
Published by:Sanjay Kumar Das
First published: