• Home
  • »
  • News
  • »
  • assam
  • »
  • ল’ক ডাউনৰ মাজতে সৰ্বানন্দ সোণোৱাল কেবিনেটৰ চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ল’ক ডাউনৰ মাজতে সৰ্বানন্দ সোণোৱাল কেবিনেটৰ চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মঙলবাৰৰ পৰা গাওঁ অঞ্চলৰ দোকান সমুহ খুলিব পাৰিব।

মঙলবাৰৰ পৰা গাওঁ অঞ্চলৰ দোকান সমুহ খুলিব পাৰিব।

মঙলবাৰৰ পৰা গাওঁ অঞ্চলৰ দোকান সমুহ খুলিব পাৰিব।

  • Share this:
ল’ক ডাউনৰ মাজতে সোমবাৰে সৰ্বানন্দ সোণোৱাল কেবিনেটে ল’লে চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত সোমবাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুযায়ী-

  • মঙলবাৰৰ পৰা গাওঁ অঞ্চলৰ দোকান সমুহ খুলিব পাৰিব । অৱশ্যে ৰে’ড জ’নৰ দোকান সমূহ বন্ধ থাকিব। ৰেড জ’নৰ কাষৰ গ্ৰীণ জোনৰ প্ৰথম পাঁচ কিলোমিটাৰলৈ বন্ধ থাকিব দোকান পোহাৰ।

  • দ্বিতীয়তে অসমৰ এখন জিলাৰ পৰা আনখন জিলালৈ যোৱাৰ ক্ষেত্ৰত সময়সীমা ২ মে’ পৰ্যন্ত বঢ়াই দিছে।

  • তৃতীয়তে ল’ক ডাউনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মানি চলিব অসমে, ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয়।

  • চতুৰ্থতে বিটিচি কাৰ্য্যকাল উকলি যোৱা সম্পৰ্কত কোৰোণাৰ সজাগতাৰে গণ সমাবেশ অনুষ্ঠিত নকৰাকৈ বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লয়।


এই কথা সংবাদ মাধ্যমক জনাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
Published by:Himangshu Bhuyan
First published: