অসমত ২০জনলৈ বৃদ্ধি পালে কোৰোণাত আক্ৰান্তৰ সংখ্যা

News18 Assam | News18-Assam
Updated:April 3, 2020, 5:20 PM IST
অসমত ২০জনলৈ বৃদ্ধি পালে কোৰোণাত আক্ৰান্তৰ সংখ্যা
এই কথা প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই কথা প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
অসমত ২০জনলৈ বৃদ্ধি পালে কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। নতুনকৈ আৰু চাৰিজন লোকৰ দেহত পোৱা গৈছে কোৰোণা পজিটিভ। ইয়াৰে তিনিজন নলবাৰীৰ আৰু এজন দক্ষিণ শালমাৰাৰ লোক। এই আটাইকেইজন লোক নিজামুদ্দিন কাণ্ডৰ সৈতে জড়িত। এই কথা প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading