সোণাৰিত টাউকাক নৈত জঁপিয়ালে একেটা পৰিয়ালৰ ৪ সদস্যই

ঋণৰ বোজা সহিব নোৱাৰি পৰিয়ালটোৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে

News18-Assam
Updated:July 24, 2019, 10:58 AM IST
সোণাৰিত টাউকাক নৈত জঁপিয়ালে একেটা পৰিয়ালৰ ৪ সদস্যই
ঋণৰ বোজা সহিব নোৱাৰি পৰিয়ালটোৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে
News18-Assam
Updated: July 24, 2019, 10:58 AM IST
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অঘটন। টাউকাক নৈত জাঁপ দিলে একেটা পৰিয়ালৰে ৪ সদস্যই। প্ৰদীপ পাল নামৰ লোকজনে পত্নী আৰু পুত্ৰ–কন্যাসহ জাঁপ দিয়ে নদীত। কন্যা ইপ্সিতা পালক উদ্ধাৰ কৰাৰ বিপৰীতে এতিয়াও সন্ধানহীন হৈ আছে প্ৰদীপ পালৰ লগতে পত্নী সংগীতা পাল আৰু ১৮ বছৰীয়া পুত্ৰ অভিক পাল। ঋণৰ বোজা সহিব নোৱাৰি পৰিয়ালটোৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী-SDRF–এ অব্যাহত ৰাখিছে অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি