মুখ্যপৃষ্ঠা »খবৰ »অসম »কাছাৰত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে চাৰিজন কলেজৰ ছাত্ৰ

কাছাৰত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে চাৰিজন কলেজৰ ছাত্ৰ

নিহত আটাইকেজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে৷

নিহত আটাইকেজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে৷

নিহত আটাইকেজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে৷

  • Share this:
কাছাৰ জিলাৰ কালাইনত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত চাৰিজনকৈ কলেজৰ ছাত্ৰ৷ শিলচৰ-গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালাইন লক্ষীপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা৷ নিহত আটাইকেজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে৷ কলেজৰ পৰা বাইকেৰে কালাইনলৈ যোৱাৰ সময়তে দ্ৰুতবেগী এল্ট’ বাহনে মহতিয়াই নিয়ে আটাইকেজনক৷ ঘটনাৰ পিছত স্থানীয় ৰাইজে আবদ্ধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ।

শেহতীয়া বাতৰি