গাড়ী চুৰি কৰি আৰক্ষীৰ জালত জাতীয় সংগঠনৰ নেতা

গোলাঘাটত গাড়ী চুৰি আৰক্ষীৰ জালত পৰিল জাতীয় সংগঠনৰ নেতা। অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দীপমণি গগৈক গ্ৰেপ্তাৰ।

news18assam
Updated:May 17, 2019, 5:17 PM IST
গাড়ী চুৰি কৰি আৰক্ষীৰ জালত জাতীয় সংগঠনৰ নেতা
গোলাঘাটত গাড়ী চুৰি আৰক্ষীৰ জালত পৰিল জাতীয় সংগঠনৰ নেতা। অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দীপমণি গগৈক গ্ৰেপ্তাৰ।
news18assam
Updated: May 17, 2019, 5:17 PM IST
গোলাঘাটত গাড়ী চুৰি আৰক্ষীৰ জালত পৰিল জাতীয় সংগঠনৰ নেতা। অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দীপমণি গগৈক গ্ৰেপ্তাৰ। দীপমণিৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন চুৰি স্কুটী। দীপমণিৰ ঘৰ গোলাঘাটৰ জোনাকী নগৰত।

দীপমণিৰ লগতে আন তিনি গাড়ী চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাটৰ দীপক শইকীয়া, গোলাঘাট হালিকীহাটৰ জয়ন্ত বৰা আৰু উদয় শইকীয়াক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ। গোলাঘাট জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বাইক চুৰি কৰি নগালেণ্ডত বিক্ৰী কৰি অহা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে আটাইকেইজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি