Sushmita Dev Resigns From Congress: অসম কংগ্ৰেছত(Assam Congress) অব্যাহত খহনীয়া। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে ইজনৰ পিছত সিজন নেতাই। এইবাৰ প্ৰাক্তন সাংসদ তথা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে পদত্যাগ কৰিছে দলটোৰ পৰা।

কংগ্ৰেছৰ পৰা পদত্যাগৰ বিষয়ে ইতিমধ্যে ছোৱৰনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে সুস্মিতা দেৱে। পূৰ্বে শিলচৰৰ সাংসদ আছিল সুস্মিতা দেৱ। অৱশ্যে এতিয়াও তেওঁ প্ৰকাশ কৰা নাই পদত্যাগৰ কাৰণ। ইতিমধ্যে নিজৰ টুইটাৰ একাউণ্টত তেওঁ নিজকে কংগ্ৰেছৰ প্ৰাক্তন সদস্য বুলি লিখাৰ লগতে All India Mahila Congressৰো প্ৰাক্তন সভানেত্ৰী বুলি উল্লেখ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|