• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ৰ দেহাৱসান, দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল দুৰাৰোগ্য ৰোগত

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ৰ দেহাৱসান, দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল দুৰাৰোগ্য ৰোগত

মৃত্যুৰ সময়ত অৰ্ধেন্দু দে’ৰ বয়স হৈছিল ৮১ বছৰ। আজি হোজাইলৈ লৈ যোৱা হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰদেহ।

  • Share this:
প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান। GMCHত নিশা ১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল দে’। মৃত্যুৰ সময়ত অৰ্ধেন্দু দে’ৰ বয়স হৈছিল ৮৪ বছৰ। আজি হোজাইলৈ লৈ যোৱা হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰদেহ।

১৯৯১ চনৰ পৰা ২০২১ চনলৈ কংগ্ৰেছ দলৰ নেতা আছিল দে’। ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাইৰ বিধায়ক আছিল। ২০১১ চনৰ পৰা ২০১৬ লৈ পুনৰ হোজাইৰ বিধায়ক নিৰ্বাচিত হৈছিল। তৰুণ গগৈ চৰকাৰৰ দিনত মন্ত্ৰী আছিল অৰ্ধেন্দু দে’। ২০২১ চনত অৰ্ধেন্দু দে’ই বিজেপিত যোগদান কৰিছিল।
Published by:Sanjay Kumar Das
First published: