গুৱাহাটীত কি কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ দেৱাশিস মহান্তিয়ে?

২০ বছৰ পূৰ্বে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এদিনীয়াৰ কথা NEWS18ৰ আগত ৰোমন্থন কৰিলে টীম ইণ্ডিয়াৰ প্ৰাক্তন পেছ বলাৰ দেৱাশিস মহান্তিয়ে।

news18assam
Updated:May 16, 2019, 12:39 PM IST
গুৱাহাটীত কি কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ দেৱাশিস মহান্তিয়ে?
২০ বছৰ পূৰ্বে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এদিনীয়াৰ কথা NEWS18ৰ আগত ৰোমন্থন কৰিলে টীম ইণ্ডিয়াৰ প্ৰাক্তন পেছ বলাৰ দেৱাশিস মহান্তিয়ে।
news18assam
Updated: May 16, 2019, 12:39 PM IST
গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ দেৱাশিস মহান্তি। উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটৰ এক গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰাৰ বাবে গুৱাহাটীত উপস্থিত হৈছে দেৱাশিস মহান্তি। ২০ বছৰ পূৰ্বে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এদিনীয়াৰ কথা NEWS18ৰ আগত ৰোমন্থন কৰিলে টীম ইণ্ডিয়াৰ প্ৰাক্তন পেছ বলাৰগৰাকীয়ে। উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট প্ৰতিভাৱান ক্ৰিকেটাৰ থকাৰ কথা উল্লেখ কৰে বি চি চি আইৰ নিৰ্বাচক দেৱাশিস মহান্তিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি