ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আছিল ইন্দ্ৰমণি বৰা
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আছিল ইন্দ্ৰমণি বৰা
বিজেপিৰ জ্যেষ্ঠ নেতা ইন্দ্ৰমণি বৰাৰ দেহাৱসান। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আছিল ইন্দ্ৰমণি বৰা। ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল বৰাই। ১৯৯৫চনত গ্ৰহণ কৰিছিল ৰাজ্যিক বিজেপিৰ দায়িত্ব। ২০০১–২০০৭চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল ইন্দ্ৰমণি বৰা। বৰাৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ৰাজ্যিক মৰ্যদাৰে হ’ব শেষকৃত্য।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|