মৰিগাঁও আৰক্ষীৰ জালত বিদেশী কামাল, জুনত বিদেশী হিচাপে ঘোষণা কৰিছিল লোকজনক

মৰিগাঁও বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল কামাল হুছেইন নামৰ লোকজনক।

News18-Assam
Updated:September 23, 2019, 3:44 PM IST
মৰিগাঁও আৰক্ষীৰ জালত বিদেশী কামাল, জুনত বিদেশী হিচাপে ঘোষণা কৰিছিল লোকজনক
মৰিগাঁও বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল কামাল হুছেইন নামৰ লোকজনক।
News18-Assam
Updated: September 23, 2019, 3:44 PM IST
মৰিগাঁৱত এজন বিদেশী নাগৰিক গ্ৰেপ্তাৰ। সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক। মৰিগাঁও বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল কামাল হুছেইন নামৰ লোকজনক। আজি মৰিগাঁওৰ জুলাগাঁৱত সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কামালক। লোকজনৰ বিৰুদ্ধে ২০১৬ চনৰ পৰা বিদেশী ন্যায়াধিকৰনত FTC 140/16 নং গোচৰ চলি আছিল। চলিত বৰ্ষৰ জুন মাহত লোকজন বিদেশী বুলি ঘোষণা কৰিছিল ন্যায়াধিকৰণে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি