সাৱধান! ফল–মূলৰ নামত বজাৰত বৰবিহ!

News18-Assam
Updated:May 21, 2019, 8:21 AM IST
সাৱধান! ফল–মূলৰ নামত বজাৰত বৰবিহ!
কাৰ্বাইড দি পকোৱা আমৰ বিৰুদ্ধে মহানগৰীত অভিযান। পুৱাই ফাঁচী বজাৰত খাদ্য সুৰক্ষা বিভাগে চলাইছে অভিযান।

কাৰ্বাইড দি পকোৱা আমৰ বিৰুদ্ধে মহানগৰীত অভিযান। পুৱাই ফাঁচী বজাৰত খাদ্য সুৰক্ষা বিভাগে চলাইছে অভিযান।

  • Share this:
কাৰ্বাইড দি পকোৱা আমৰ বিৰুদ্ধে মহানগৰীত অভিযান। পুৱাই ফাঁচী বজাৰত খাদ্য সুৰক্ষা বিভাগে চলাইছে অভিযান। অভিযানকাৰী দলটোৱে ৩৬ কুইণ্টল আম জব্দ কৰাৰ লগতে দুজন ব্যৱসায়ীক আটক কৰিছে। ধৃত ব্যৱসায়ী দুজনৰ নাম নিৰঞ্জন ৰয় আৰু শ্বেখ নুৰুল ইছলাম। অভিযানৰ সময়তে পলায়ন কৰে আন এজন ব্যৱসায়ীয়ে।

উল্লেখযোগ্য যে একাংশ অসাধু ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ আশাত ফল–মূলৰ নামত বজাৰত উলিয়াই দিছে বৰবিহ। যাৰ ফলত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি এই ফল–মূলসমূহ হৈ পৰিছে ভাবুকিস্বৰূপ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading