মাজুলীত বুটমাহত বিষক্ৰিয়া, শিশুসহ ডেৰ শতাধিক লোক অসুস্থ

বৰ্তমান অধিকাংশ লোকৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:October 18, 2019, 8:14 AM IST
মাজুলীত বুটমাহত বিষক্ৰিয়া, শিশুসহ ডেৰ শতাধিক লোক অসুস্থ
বৰ্তমান অধিকাংশ লোকৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: October 18, 2019, 8:14 AM IST
দক্ষিণ মাজুলীৰ ভেকেলী মিছিং গাঁৱত বুটমাহত বিষক্ৰিয়া। শিশুসহ ডেৰ শতাধিক লোক আক্ৰান্ত হৈছে বিষক্ৰিয়াত। বৃহস্পতিবাৰে টি এম পি কেৰ প্ৰতিষ্ঠা দিৱসত বুটমাহ খাই অসুস্থ হৈ পৰে লোকসকল। আটাইকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তিনিজনৰ অৱস্থা গুৰুতৰ হোৱাত তেওঁলোকক আই চি ইউত ৰখা হৈছে। বৰ্তমান অধিকাংশ লোকৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি