
সৰুক্ষেত্ৰী অঞ্চলৰ বহু লোকে এতিয়া মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়া হৈছে। বানৰ এই সংহাৰে এতিয়া আতংকিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক।
সৰুক্ষেত্ৰী অঞ্চলৰ বহু লোকে এতিয়া মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়া হৈছে। বানৰ এই সংহাৰে এতিয়া আতংকিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক।
উন্নত হোৱা নাই নামনি অসমৰ বান পৰিস্থিতি। বিপদ সীমাৰ ওপৰেৰে বৈ আছে কেইবাখনো নৈৰ পানী। হাউলী–বৰপেটা সংযোগী মূল পথৰ ওপৰেৰে বাগৰিছে পানী। কালদিয়া, পহুমাৰা, পাল্লা নৈৰ মথাউৰি চিঙাৰ ফলত বৃহত্তৰ বজালী–বৰপেটাত প্ৰলয়ৰ সৃষ্টি হৈছে। সৰুক্ষেত্ৰী অঞ্চলৰ বহু লোকে এতিয়া মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়া হৈছে। বানৰ এই সংহাৰে এতিয়া আতংকিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক।
মথাউৰি নাইবা ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে বানাক্ৰান্তই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|