உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Flood in Assam: বজালীত অপৰিৱৰ্তিত বান পৰিস্থিতি, শিক্ষানুষ্ঠান বন্ধক লৈ উপায়ুক্তৰ নতুন নিৰ্দেশনা

    Flood in Assam: বজালীত অপৰিৱৰ্তিত বান পৰিস্থিতি, শিক্ষানুষ্ঠান বন্ধক লৈ উপায়ুক্তৰ নতুন নিৰ্দেশনা

     ১৫ জুনৰ পৰা সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে বজালীত।

     ১৫ জুনৰ পৰা সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে বজালীত।

     ১৫ জুনৰ পৰা সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে বজালীত।

    • Share this:
    বজালীত অপৰিৱৰ্তিত আছে বান পৰিস্থিতি। ১৫ জুনৰ পৰা সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে বজালীত।

    এনে অৱস্থাত ১৬ জুনৰ পৰা ১৮ জুনলৈ বজালীৰ চৰকাৰী-বেচৰকাৰী খন্ডৰ সকলো শিক্ষানুষ্ঠান বন্ধ দিছিল জিলা প্ৰশাসনে (flood situation in Bajali )।

    কিন্তু এতিয়া পুনৰ বজালী জিলা উপায়ুক্তই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান (educational institutions) অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে।
    Published by:Gautam Barman
    First published: