உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে বঙাইগাঁৱত প্ৰতিবাদ, বিপদৰ সময়ত এষাৰ মাত দিবলৈ নহাৰ অভিযোগ

    সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে বঙাইগাঁৱত প্ৰতিবাদ, বিপদৰ সময়ত এষাৰ মাত দিবলৈ নহাৰ অভিযোগ

    স্থানীয় লোকসকলে ‘সাংসদ আব্দুল খালেক গ’ বেক’ আৰু ‘আব্দুল খালেক মুৰ্দাবাদ’ আধি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ৷

    • Share this:
    সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে প্ৰতিবাদ বান আৰু খহনীয়াপীড়িত ৰাইজৰ৷ বঙাইগাঁৱৰ মাণিকপুৰৰ বাশবাৰীত সাংসদ খালেকৰ বিৰুদ্ধে প্ৰতিবাদত স্থানীয় ৰাইজৰ। আই নৈৰ বান আৰু খহনীয়াৰ কবলত পৰা লোকসকলৰ বৰপেটা লোকসভাৰ সাংসদজনে কোনো ধৰণৰ  খা–খবৰ নোলোৱাৰ অভিযোগ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় লোকসকলে ‘সাংসদ আব্দুল খালেক গ’ বেক’ আৰু ‘আব্দুল খালেক মুৰ্দাবাদ’ আধি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ৷

    উল্লেখ্যযোগ্য যে সমগ্ৰ অঞ্চলটো শেহতীয়াভাৱে আই নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে৷ অঞ্চলটোৰ দুই নং বাশবাৰী, টেণ্ডনপুৰ, বালাৰপেট আদি গাঁও ইতিমধ্যে নিচিহ্ন হৈ পৰিছে৷ বহু পৰিয়াল গৃহহীন হৈ পৰিছে৷ ইয়াৰ পিছতো অঞ্চলবাসীৰ খা–খবৰ নোলোৱাৰ অভিযোগ কৰি সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে স্থানীয় ৰাইজ সৰৱ হৈ পৰে৷
    Published by:Sanjay Kumar Das
    First published: