
বৰপেটা জিলা প্ৰশাসনে সতৰ্কতা ঘোষণা কৰাৰ পিছত আতংকিত ৰাইজ
বৰপেটা জিলা প্ৰশাসনে সতৰ্কতা ঘোষণা কৰাৰ পিছত আতংকিত ৰাইজ
ভূটানৰ কুৰিশ্বো জল বিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিব বুলি প্ৰচাৰ
? বৰপেটা জিলা প্ৰশাসনে সতৰ্কতা ঘোষণা কৰাৰ পিছত আতংকিত ৰাইজ
? গোসাঁইগাঁও মহকুমাৰ মৰনৈ চাহ বাগিচাত পৰিল ইয়াৰ প্ৰভাৱ
? মৰনৈ চাহ বাগিচাত উক্ত খবৰ বিয়পি পৰাৰ পিছত চাহ শ্ৰমিকৰ মাজত হাহাকাৰ
? নিশা টালি টোপোলা লৈ নিৰাপদ স্থান লৈ ঢাপলি মেলিছে ৰাইজ
? মৰনৈ বাগিচাৰ ফেক্টৰী আৰু বৰবাদা বন বিভাগৰ কাৰ্যালয় লৈ ৰাওনা আদিবাসী অঞ্চলৰ পৰিয়াল
? ভুটানৰ পানী এৰিব বুলি হুবা দুৱা
? তেনে কোনো তথ্য নাই গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ হাতত
ছাহিদুল হকৰ ৰিপৰ্ট
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|