உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হাই এলাৰ্ট জাৰি, ভূটানৰ কুৰিশ্বো জল বিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ সন্দেহ !

    হাই এলাৰ্ট জাৰি, ভূটানৰ কুৰিশ্বো জল বিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ সন্দেহ !

     বৰপেটা জিলা প্ৰশাসনে সতৰ্কতা ঘোষণা কৰাৰ পিছত আতংকিত ৰাইজ

    বৰপেটা জিলা প্ৰশাসনে সতৰ্কতা ঘোষণা কৰাৰ পিছত আতংকিত ৰাইজ

    বৰপেটা জিলা প্ৰশাসনে সতৰ্কতা ঘোষণা কৰাৰ পিছত আতংকিত ৰাইজ

    • Share this:
      ভূটানৰ কুৰিশ্বো জল বিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিব বুলি প্ৰচাৰ
      👍 বৰপেটা জিলা প্ৰশাসনে সতৰ্কতা ঘোষণা কৰাৰ পিছত আতংকিত ৰাইজ
      👍 গোসাঁইগাঁও মহকুমাৰ মৰনৈ চাহ বাগিচাত পৰিল ইয়াৰ প্ৰভাৱ
      👍 মৰনৈ চাহ বাগিচাত উক্ত খবৰ বিয়পি পৰাৰ পিছত চাহ শ্ৰমিকৰ মাজত হাহাকাৰ
      👍 নিশা টালি টোপোলা লৈ নিৰাপদ স্থান লৈ ঢাপলি মেলিছে ৰাইজ
      👍 মৰনৈ বাগিচাৰ ফেক্টৰী আৰু বৰবাদা বন বিভাগৰ কাৰ্যালয় লৈ ৰাওনা আদিবাসী অঞ্চলৰ পৰিয়াল
      👍 ভুটানৰ পানী এৰিব বুলি হুবা দুৱা
      👍 তেনে কোনো তথ্য নাই গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ হাতত

      ছাহিদুল হকৰ ৰিপৰ্ট
      First published: