মহানগৰীৰ কেইবাটাও স্থানত ভ্ৰাম্যমান বাহনেৰে মাছ যোগান ধৰিব ফিচফেডে।
মহানগৰীৰ কেইবাটাও স্থানত ভ্ৰাম্যমান বাহনেৰে মাছ যোগান ধৰিব ফিচফেডে।
উৰকাৰ দিনা মহানগৰ বাসীক সকাহ দিয়াৰ পদক্ষেপ ৰাজ্যৰ মীন বিভাগৰ। ফিচফেডৰ জৰিয়তে মহানগৰবাসীয়ে আজি লাভ কৰিব সুলভ মূল্যত লোকেল মাছ। আন আন বজাৰৰ তুলনাত ৰূপনগৰৰ ফিচফেডত কম মূল্যতে মহানগৰবাসীয়ে ক্ৰয় কৰিব পাৰিব ৰৌ, বৰালি, ভকুৱা, চিতলকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ। ৰৌ প্ৰতি কিলোগ্ৰামত ৩৫০ টকা, ভকুৱা ৪০০ টকা, চিতল ৮০০টকা, আৰি ৪০০ টকা, বৰালী ৫০০ টকা। মহানগৰীৰ কেইবাটাও স্থানত ভ্ৰাম্যমান বাহনেৰে মাছ যোগান ধৰিব ফিচফেডে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|